• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰ্বি আংলঙত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

কাৰ্বি আংলঙত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৫৮৪গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

  • Share this:
কাৰ্বি আংলঙত আৰক্ষীৰ অভিযানত নিতৌ জব্দ হৈ আছে নিষিদ্ধ ড্ৰাগছ। যোৱানিশা বোকাজান মহকুমাৰ লাহৰীজানত আৰক্ষীৰ তালাচীত নৈশ বাছৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন। লাহৰিজান পহৰা চকীৰ টহলদাৰী দলে এক গোপন তথ্যৰ ভিত্তিত  ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AR-20- 2700 নম্বৰৰ নৈশবাছত তালাচী চলাই হেৰ’ইনভৰ্তি ৪৮টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে বাবু সিং আৰু ককিল সিং নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৫৮৪গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।
Published by:Sanjay Kumar Das
First published: