Crackdown on Drugs: বিগত ২৪ ঘণ্টাত ৰাজ্যত ড্ৰাগছ ব্যৱসায়ত জড়িত ৫৪ জনক গ্ৰেপ্তাৰ, জব্দ বহু পৰিমাণৰ ড্ৰাগছ...

News18 Assam | News18-Assam
Updated:June 4, 2021, 11:49 PM IST
Crackdown on Drugs: বিগত ২৪ ঘণ্টাত ৰাজ্যত ড্ৰাগছ ব্যৱসায়ত জড়িত ৫৪ জনক গ্ৰেপ্তাৰ, জব্দ বহু পৰিমাণৰ ড্ৰাগছ...
আৰক্ষীয়ে অভিযানকালত যোৱা ২৪ ঘণ্টাত ১.৬৯৭ কেজি হেৰ'ইন, ২১ কেজি গাঞ্জা, ৫,৪৭২ টা টেবলেট, ৭৭২ বটল কফ ছিৰাপ আৰু ১,৩৬,৮৪০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অভিযানকালত যোৱা ২৪ ঘণ্টাত ১.৬৯৭ কেজি হেৰ'ইন, ২১ কেজি গাঞ্জা, ৫,৪৭২ টা টেবলেট, ৭৭২ বটল কফ ছিৰাপ আৰু ১,৩৬,৮৪০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

  • Share this:
শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত ২৭ টা ড্ৰাগছৰ ঘটনা আৰক্ষীয়ে অভিযানত ধৰা পৰে। মুঠ ৫৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীয়ে অভিযানকালত যোৱা ২৪ ঘণ্টাত ১.৬৯৭ কেজি হেৰ'ইন, ২১ কেজি গাঞ্জা, ৫,৪৭২ টা টেবলেট, ৭৭২ বটল কফ ছিৰাপ আৰু ১,৩৬,৮৪০ টকা জব্দ কৰিবলৈ সক্ষম হয়। অসম আৰক্ষীৰ এই কাৰ্যক টুইটাৰযোগে প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Kokil Sarma
First published: June 4, 2021, 11:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি