• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰিমগঞ্জত পঞ্চায়ত সভাপতিৰ ঘৰত ড্ৰাগছৰ বেহা! সভাপতিসহ আটক ৫জনক

কৰিমগঞ্জত পঞ্চায়ত সভাপতিৰ ঘৰত ড্ৰাগছৰ বেহা! সভাপতিসহ আটক ৫জনক

প্ৰায় ৩১ গ্ৰাম হেৰ'ইনসহ মুঠ ২০০০টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে প্ৰায় তিনি লাখ নগদ ধন।

  • Share this:
কৰিমগঞ্জত পঞ্চায়ত সভাপতিৰ ঘৰত ড্ৰাগছৰ বেহা। আৰক্ষীৰ অভিযানত কংগ্ৰেছী গাঁও পঞ্চায়ত সভাপতিৰ ঘৰত জব্দ ড্ৰাগছ। প্ৰায় ৩১ গ্ৰাম হেৰ'ইনসহ মুঠ ২০০০টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে প্ৰায় তিনি লাখ নগদ ধন।

অভিযানত আটক কৰা হয় পঞ্চায়ত সভাপতি আব্দুল কৰিম ওৰফে মলুক। লগতে আটক তেওঁৰ দুই পুত্ৰ মামুন আহমেদ আৰু ৰিপুণ আহমেদৰ লগতে ভাতৃ বুৰহান উদ্দিন আৰু আবুল হুছেইনক। আৰক্ষীৰ তথ্য অনুসৰি, নেতাগৰাকীয়ে সম্ভ্ৰান্ত ব্যক্তি হোৱাৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ বেহা।
Published by:Sanjay Kumar Das
First published: