ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, লুকুৱাই ৰাখিছিল ছোফাৰ তলত

News18-Assam
Updated:September 10, 2019, 8:03 AM IST
ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ, লুকুৱাই ৰাখিছিল ছোফাৰ তলত
হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

  • News18 Assam
  • Last Updated: September 10, 2019, 8:03 AM IST
  • Share this:
ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ। ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত আৰক্ষী আৰু CIDৰ অভিযানত উদ্ধাৰ হেৰ’ইনৰ ৩৮টা কণ্টেইনাৰ। বাসগৃহৰ ছোফাৰ তলত লুকুৱাই ৰাখিছিল ড্ৰাগছৰ কণ্টেইনাৰকেইটা। হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আজি দিনৰ ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: September 10, 2019, 8:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading