মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙৰ বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত পৰিল এটা সৰবৰাহকাৰী

চিৰাঙৰ বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত পৰিল এটা সৰবৰাহকাৰী

News18 Assam | News18-Assam
Updated:June 27, 2021, 12:28 PM IST
চিৰাঙৰ বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত পৰিল এটা সৰবৰাহকাৰী
চিৰাং জিলাৰ বিজনীৰ কাৱাটিকৰ আৰক্ষীৰ অভিযানত এটা মোবাইল হেণ্ডছেট আৰু  ১১৬.১৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

চিৰাং জিলাৰ বিজনীৰ কাৱাটিকৰ আৰক্ষীৰ অভিযানত এটা মোবাইল হেণ্ডছেট আৰু  ১১৬.১৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

  • Share this:
চিৰাঙৰ বিজনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ নিশাই বিজনীত আৰক্ষীৰ আভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে। চিৰাং জিলাৰ বিজনীৰ কাৱাটিকৰ আৰক্ষীৰ অভিযানত এটা মোবাইল হেণ্ডছেট আৰু  ১১৬.১৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ ভিত্তিত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত কাৱাটিকৰ খানপাৰাৰ নিবাসী আব্দুল হাইৰ ঘৰত অভিযান চলাই জব্দ কৰে দুই পেকেট  ড্ৰাগছ। পিছত আব্দুল হাইক আটক কৰি বিজনী থানাত লৈ যায় আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: June 27, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি