মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা

News18 Assam | News18-Assam
Updated:September 17, 2021, 10:10 AM IST
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা
বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে জামাল।

বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে জামাল।

  • News18 Assam
  • Last Updated: September 17, 2021, 10:10 AM IST
  • Share this:
বৃহস্পতিবাৰে সন্ধিয়া ভাগত মহানগৰ আৰক্ষীয়ে ৮ মাইলৰ পৰা আটক কৰিছিল Most Wanted ড্ৰাগছ সৰবৰাহকাৰী জামাল অলীক। জামালক লৈ মহানগৰ আৰক্ষীয়ে আন এজন সৰবৰাহকাৰীৰ সন্ধান উলিয়াব গৈছিল। সেই সময়তে পলায়নৰ চেষ্টা চলাইছিল ধৃত জামালে। ফলত আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হয় জামাল। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে জামাল।
Published by: Sanjay Kumar Das
First published: September 17, 2021, 10:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি