নুমলীগড়ত ড্ৰাগছসহ আৰক্ষীৰ জালত তিনি যুৱক

দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল যুৱককেইজনে।

News18-Assam
Updated:September 5, 2019, 9:39 AM IST
নুমলীগড়ত ড্ৰাগছসহ আৰক্ষীৰ জালত তিনি যুৱক
দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল যুৱককেইজনে।
News18-Assam
Updated: September 5, 2019, 9:39 AM IST
নুমলীগড়ৰ নহাৰচলা অঞ্চলৰ পৰা বগীজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে তিনি যুৱকক। ধৃত যুৱক তিনিজনৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। আটক হোৱা যুৱককেইজনৰ নাম ৰাবুল শইকীয়া, মাৰ্টিন কাঠাৰ আৰু ৰবিচন ৰংপি। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছ আনি বিক্ৰীৰ কৰাৰ লগতে সেৱনো কৰে যুৱক তিনিজনে। দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল যুৱককেইজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক পৰৱৰ্তী বাতৰি