পেঙেৰীৰ আশা বাইদেউ, আপুনি কৰিব লাগে কি, কৰিছে এয়া কি?

News18 Assam | News18-Assam
Updated:October 8, 2020, 9:45 PM IST
পেঙেৰীৰ আশা বাইদেউ, আপুনি কৰিব লাগে কি, কৰিছে এয়া কি?
মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই হাতে–লোটে আটক কৰে আটাইকেইজনক।

মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই হাতে–লোটে আটক কৰে আটাইকেইজনক।

  • Share this:
তিনিচুকীয়া জিলাৰ পেঙেৰীৰ পেট্ৰ’ল ডিপোত ড্ৰাগছসহ এগৰাকী আশা কৰ্মী আৰু দুজন লোকক আটক। বৰডুমছাৰ দিশৰ পৰা AS 23G 9756 নম্বৰৰ এখন এল্ট’ বাহনেৰে আহি পেঙেৰীৰ মা পেট্ৰ’ল এজেঞ্চীৰ তেল ডিপোত তেল ভৰাবলৈ সোমাওতেই আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী মহিলাগৰাকীৰ লগতে আন দুজনক।

মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছসহ হাতে–লোটে আটক কৰে আটাইকেইজনক। অটকাধীন লোক দুজন বৰডুমচাৰ মহঙৰ ভূপেন দেউৰী আৰু বৰমডুছা কঠালগুৰিৰ লক্ষজিত বৰুৱা।
Published by: Sanjay Kumar Das
First published: October 8, 2020, 9:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading