পেঙেৰীৰ আশা বাইদেউ, আপুনি কৰিব লাগে কি, কৰিছে এয়া কি?

মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই হাতে–লোটে আটক কৰে আটাইকেইজনক।
মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই হাতে–লোটে আটক কৰে আটাইকেইজনক।
- News18 Assam
- Last Updated: October 8, 2020, 9:45 PM IST
মাৰ্ঘেৰিটা মহকুমাৰ SDPOৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছসহ হাতে–লোটে আটক কৰে আটাইকেইজনক। অটকাধীন লোক দুজন বৰডুমচাৰ মহঙৰ ভূপেন দেউৰী আৰু বৰমডুছা কঠালগুৰিৰ লক্ষজিত বৰুৱা।