உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী

    বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী

    ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা ৩৪ গ্ৰাম ড্ৰাগছৰ লগতে ২২শ টকা আৰু বাইক এখন জব্দ কৰিবলৈ সক্ষম হয়৷

    • Share this:
    বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাপাছৰাৰ ইনামূল হক (৩০)৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা ৩৪ গ্ৰাম ড্ৰাগছৰ লগতে ২২শ টকা আৰু বাইক এখন জব্দ কৰিবলৈ সক্ষম হয়৷

    গোপন সূত্ৰৰ পম খেদি নিউ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষ আৰু নগৰ শাখা  উপ–পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে লোকজনক হাতে–লোটে কৰায়ত্ত কৰে৷
    Published by:Sanjay Kumar Das
    First published: