• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত চলিয়ে আছে ড্ৰাগছৰ বেহা, হোজাইত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী

ৰাজ্যত চলিয়ে আছে ড্ৰাগছৰ বেহা, হোজাইত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী

আৰক্ষীয়ে ধৃত শ্বেহনাজ উদ্দিনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ১২ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ।

  • Share this:
হোজাইত প্ৰতিদিনে জব্দ হৈয়েই আছে হেৰ’ইন। জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত জিলাখনত আৰক্ষীয়ে চলাই যোৱা ড্ৰাগছবিৰোধী অভিযানত নিতৌ লাভ কৰিছে সফলতা। ইয়াৰ মাজতে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত  বুধবাৰে নিশা হোজাইৰ ডিমৰুপাৰ অঞ্চলত আৰক্ষীয়ে চলাই ড্ৰাগছৰ সন্ধানত অভিযান। আৰক্ষীৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী শ্বেহনাজ উদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধৃত শ্বেহনাজ উদ্দিনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ১২ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত শ্বেহনাজ উদ্দিনে হেৰ’ইনখিনি যমুনামুখৰ পৰা বিক্ৰীৰ বাবে হোজাইলৈ অনা বুলি আৰক্ষীৰ তদন্তত আহিছে পোহৰলৈ।
Published by:Sanjay Kumar Das
First published: