ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি

ড: গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপীকা

News18-Assam
Updated:September 12, 2019, 6:37 PM IST
ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি
ড: গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপীকা
News18-Assam
Updated: September 12, 2019, 6:37 PM IST
যোৰহাট স্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে ড: মালিনী গোস্বামীক । ড: গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপীকা । উল্লেখ্য, উপাচাৰ্য নিযুক্তিৰ দাবীত বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলে ব্যাপক ৰূপত আন্দোলন কৰিছিল। ৫ বছৰৰ বাবে উপাচাৰ্য ৰূপে নিযুক্তি ড০ মালিনী গোস্বামীক।
আৰু চাওক পৰৱৰ্তী বাতৰি