মুখ্যপৃষ্ঠা »খবৰ »অসম »দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃৰাজ্য চৰকাৰে ল’বলগীয়া গুৰুত্বপূৰ্ণ কাৰ্যপন্থাৰ সন্দৰ্ভত মন্তব্য

দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃৰাজ্য চৰকাৰে ল’বলগীয়া গুৰুত্বপূৰ্ণ কাৰ্যপন্থাৰ সন্দৰ্ভত মন্তব্য

শুকুৰবাৰে লোকসভাত উত্থাপিত হোৱা বাজেটক লৈও প্ৰতিক্ৰিয়া ৰাজ্যৰ বিত্তমন্ত্ৰীৰ। বাজেটে অৰ্থনীতি সঞ্জিৱীত কৰিব বুলি মন্তব্য

শুকুৰবাৰে লোকসভাত উত্থাপিত হোৱা বাজেটক লৈও প্ৰতিক্ৰিয়া ৰাজ্যৰ বিত্তমন্ত্ৰীৰ। বাজেটে অৰ্থনীতি সঞ্জিৱীত কৰিব বুলি মন্তব্য

শুকুৰবাৰে লোকসভাত উত্থাপিত হোৱা বাজেটক লৈও প্ৰতিক্ৰিয়া ৰাজ্যৰ বিত্তমন্ত্ৰীৰ। বাজেটে অৰ্থনীতি সঞ্জিৱীত কৰিব বুলি মন্তব্য

  • Share this:
    নতুন বাজেটৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ধন্যবাদ জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বাজেটৰ পৰা উপকৃত হ’ব দেশৰ সৰ্বসাধাৰণ। লগতে  এই বাজেটে গ্ৰাম্য অৰ্থনীতিত সঞ্জীৱনীৰ সৃষ্টি কৰিববুলি মন্তব্য ড০ শৰ্মাৰ। লগতে নতুন বাজেটৰ ফলত  গৃহ ঋণৰ ক্ষেত্ৰতো  অসম লাভাম্বিত হ’ব বুলি মন্তব্য প্ৰকাশ ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে জাপানীজ এনচেফেলাটিছ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ। বৰ্তমানলৈকে সংগ্ৰহ কৰা হৈছে ১২.৮ লাখ লোকৰ তেজৰ নমুনা।

    Other Key Points-

    কৰ্কট প্ৰতিষ্ঠানৰ উন্নয়নত সহায় কৰিব বাজেটে’
    ‘গুৱাহাটী কেন্সাৰ হাস্পতাল উন্নতকৰণ কৰা হ’ব’
    ‘আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব কেন্সাৰ হাস্পতাৰ কাম’
    ‘লখিমপুৰ, বৰপেটা, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়ত আৰম্ভ হ’ব কাম’
    ৭৩৬ কোটি টকাৰে নিৰ্মাণ হ’ব এই নতুন চিকিৎসালয় কেইখন
    L&Tক দিয়া হৈছে নতুন চিকিৎসালয় কেইখন নিৰ্মাণৰ দায়িত্ব
    বিনামূলীয়া হ’ব আই চি ইউৰ চিকিৎসা
    ছেপ্তেম্বৰলৈকে চিকিৎসাকৰ্মীক ছুটি নলবলৈ আহ্বান

    লগতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত মন্তব্য
    ‘অধিক দাম বৃদ্ধি হওতে ৫ টকা কমোৱা হৈছিল’
    ‘বৰ্তমান ১ টকা বৃদ্ধি হৈছে তাত ইমান চিন্তিত হ’ব নালাগে’

    শেহতীয়া বাতৰি