মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ফাষ্ট ট্ৰেক আদালতত হ'ব ডা৹ দেবেন দত্তৰ হত্যাৰ বিচাৰ

ফাষ্ট ট্ৰেক আদালতত হ'ব ডা৹ দেবেন দত্তৰ হত্যাৰ বিচাৰ

News18-Assam
Updated:September 4, 2019, 9:20 PM IST
ফাষ্ট ট্ৰেক আদালতত হ'ব ডা৹ দেবেন দত্তৰ হত্যাৰ বিচাৰ
ডা০ দেবেন দত্তৰ পত্নীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে জনালে সমবেদনা

ডা০ দেবেন দত্তৰ পত্নীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে জনালে সমবেদনা

  • Share this:
ডা০ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে l বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক হত্যা কাণ্ডৰ তদন্তৰ দায়িত্ব দিছে ৰাজ্য চৰকাৰৰ l

IMAই মুখ্যমন্ত্ৰীক বান্ধি দিছিল ২৪ ঘণ্টাৰ সময় ৷ ডেডলাইনৰ পূৰ্বেই ৰাজ্য চৰকাৰে জনালে সিদ্ধান্ত ৷ ইফালে ডা০ দেবেন দত্তৰ পত্নীৰ সৈতেও টেলিফোন যোগে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে জনালে সমবেদনা l
First published: September 4, 2019, 9:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি