৮ ডিচেম্বৰৰ পৰা জিলাই জিলাই ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান। প্ৰতি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব একোজন মন্ত্ৰী। সেই অনুসৰি মন্ত্ৰীসকলে জিলাই জিলাই উপস্থিত থাকি প্ৰদান কৰিব স্কুটী।
কোন ক'ত থাকিব?৮ ডিচেম্বৰঃ ডিব্ৰুগড়- ৰঞ্জিত দাস, বৰপেটা- ৰণোজ পেগু, ধেমাজি- সঞ্জয় কিষাণ, হোজাই- পৰিমল শুক্লবৈদ্য।
৯ ডিচেম্বৰঃ তিনিচুকীয়া- ৰঞ্জিত দাস, চিৰাং- ইউ জি ব্ৰহ্ম, শিৱসাগৰ- ৰণোজ পেগু, কোকৰাঝাৰ-প্ৰমোদ বড়ো, গোৱালপাৰা-অশোক সিংহল, চৰাইদেউ- বিমল বৰা, বজালী-নন্দিতা গাৰ্লোছা।
১০ ডিচেম্বৰঃ তামুলপুৰ—ইউ জি ব্ৰহ্ম, মাজুলী— ৰণোজ পেগু, ওদালগুৰি— বিমল বৰা।
১১ডিচেম্বৰঃ কাৰ্বি আংলং— যোগেন মহন, পঃ কাৰ্বি আংলং— তুলিৰাম ৰংহাং, যোৰহাট— অজন্তা নেওগ, শোণিতপুৰ— পীয়ূষ হাজৰিকা, বিশ্বনাথ— পীয়ূষ হাজৰিকা।
১২ ডিচেম্বৰঃ বঙাইগাঁও ৰঞ্জিত দাস, ডিমা হাচাও—দেৱলাল গাৰ্লোছা, কৰিমগঞ্জ— পীয়ূষ হাজৰিকা, বাক্সা— নন্দিতা গাৰ্লোছা, কাছাৰ— পৰিমল শুক্লবৈদ্য, হাইলাকান্দি— পৰিমল শুক্লবৈদ্য।
১৩ ডিচেম্বৰঃ গোলাঘাট— কেশৱ মহন্ত,
১৫ ডিচেম্বৰঃ ধুবুৰী— জয়ন্তমল্ল বৰুৱা
১৭ ডিচেম্বৰঃ লখিমপুৰ— ৰণোজ পেগু
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|