ডিগবৈত দুজনকৈ লোকক হত্যা, টকলাই ঘপিয়াই হত্যা কৰিলে মোমায়েকক

News18 Assam | News18-Assam
Updated:February 26, 2020, 10:50 AM IST
ডিগবৈত দুজনকৈ লোকক হত্যা, টকলাই ঘপিয়াই হত্যা কৰিলে মোমায়েকক
পাৰিবাৰিক সংঘাতৰ বাবেই দুজনকৈ লোকক হত্যা কৰিলে টকলা মৰাণে।

পাৰিবাৰিক সংঘাতৰ বাবেই দুজনকৈ লোকক হত্যা কৰিলে টকলা মৰাণে।

  • News18 Assam
  • Last Updated: February 26, 2020, 10:50 AM IST
  • Share this:
ডিগবৈৰ ধলা চৈখোৱাত নিশা দুটাকৈ নৃশংস হত্যাকাণ্ড। দুজনকৈ লোকক দাৰে ঘপিয়াই হত্যা। টকলা মৰাণ নামৰ লোকজনে ঘপিয়াই হত্যা কৰিলে মোমায়েক ধৰ্মেশ্বৰ মৰাণ আৰু হিতেশ্বৰ মৰাণ নামৰ আন এজন লোকক। ধৰ্মেশ্বৰ মৰাণ হত্যাকাৰী টকলা মৰাণৰ নিজা মোমায়েক। পাৰিবাৰিক সংঘাতৰ বাবেই দুজনকৈ লোকক হত্যা কৰিলে টকলা মৰাণে। হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত টকলা। আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি চলাইছে অভিযান।
আৰু চাওক
পৰৱৰ্তী বাতৰি