মুখ্যপৃষ্ঠা »খবৰ »অসম »Viral হোৱা Videoৰে বিচাৰ নকৰিব, সমগ্ৰ ঘটনাৰ সেয়া মাথোন ৩০ ছেকেণ্ড ! কাইলৈ শিৱমন্দিৰ দখল কৰিব, বৰদোৱা দখল কৰিব, আমি চাই থাকিব লাগিব, সেয়া হ'ব নোৱাৰে: মুখ্যমন্ত্ৰী

Viral হোৱা Videoৰে বিচাৰ নকৰিব, সমগ্ৰ ঘটনাৰ সেয়া মাথোন ৩০ ছেকেণ্ড ! কাইলৈ শিৱমন্দিৰ দখল কৰিব, বৰদোৱা দখল কৰিব, আমি চাই থাকিব লাগিব, সেয়া হ'ব নোৱাৰে: মুখ্যমন্ত্ৰী

এনেকৈ হ'লে অসমীয়া মানুহ জীয়াই নাথাকিব ৷ ধলপুৰ ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) ৷ Viral হোৱা এটা Videoৰ এটা অংশ চাই বিচাৰ নকৰিব ৷ সেয়া হ'ব নালাগিছিল ৷ কিন্তু বাকীবোৰ বিচাৰ কৰক ৷

  • Share this:
এনেকৈ হ'লে অসমীয়া মানুহ জীয়াই নাথাকিব ৷ ধলপুৰ ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) ৷ Viral হোৱা এটা Videoৰ এটা অংশ চাই বিচাৰ নকৰিব ৷ সেয়া হ'ব নালাগিছিল ৷ কিন্তু বাকীবোৰ বিচাৰ কৰক ৷ সেয়া মাথোন ৩০ ছেকেণ্ডৰ সমগ্ৰ ঘটনাৰ এটা অংশ ৷ গুলী লগা লোক জনৰ ওপৰত চলা আক্ৰমণক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

বিপৰীতে বাকী ঘটনাৰ পৰা ক'ব পাৰি এনেকৈ অসমীয়া জাতি সত্বা জীয়াই ৰাখিব নোৱাৰিব ৷ কাইলৈ শিৱমন্দিৰ দখল কৰিব ৷ তাৰপিছত বৰদোৱা দখল কৰিব ৷ আমি চাই থাকিব লাগিব ৷ সেয়া হ'ব নোৱাৰে ৷ নহলে জাতি সত্বা নাই বুলি আমি চাৰেণ্ডাৰ কৰিব লাগিব ৷ গৰুখুটিত আন মানুহ উপস্থিত হৈছিল সেয়ে মানুহৰ সংখ্যা বৃদ্ধি হৈছিল ৷ তদন্ত হ'ব তদন্তত সকলো স্পষ্ট হ'ব ৷ কাইলৈ তদন্ত কৰিলে কংগ্ৰেছীসকল বিপদত পৰে নেকি? তাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৷ কোনে জানে কাৰ উচতনিত এই ঘটনা ৷ ন্যায়িক তদন্ত কৰিলে সকলো স্পষ্ট হ'ব ৷ কংগ্ৰেছৰ মানুহৰ শৰীৰত যি আছে আছে বিজেপিৰ শৰীৰত সেয়া নাই ৷ আমাৰ মানুহে ১ বিঘা মাটি কিনিব নোৱাৰে ৷ তেওঁলোকৰ ২ শ বিঘা মাটি আছে ৷ এয়া কেনেদৰে সম্ভৱ? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৷

শেহতীয়া বাতৰি