ঐতিহ্যমণ্ডিত শক্তিপীঠখন আৰু ইয়াৰ আশে-পাশে থকা ক্ষেত্ৰসমূহৰ উন্নয়ন আৰু অন্যান্য কাম-কাজৰ সৈতে জড়িত বিভিন্ন বিষয়তো মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলোচনা কৰে।