আকৌ চিকিৎসকক আক্ৰমণ, ঢেকীয়াজুলিত বাগিচালৈ গৈ থকা চিকিৎসকক আক্ৰমণ, সাৰি নগ’ল পত্নীও

আক্ৰমণৰ ঘটনাত জড়িত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:October 9, 2019, 12:15 PM IST
আকৌ চিকিৎসকক আক্ৰমণ, ঢেকীয়াজুলিত বাগিচালৈ গৈ থকা চিকিৎসকক আক্ৰমণ, সাৰি নগ’ল পত্নীও
আক্ৰমণৰ ঘটনাত জড়িত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: October 9, 2019, 12:15 PM IST
বিজয়া দশমীৰ দিনাই ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা। ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জালক আক্ৰমণ দুই উদণ্ড যুৱকৰ। বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে চিকিৎসকজনৰ বাহন ৰখাই আক্ৰমণ কৰে যুৱক দুজনে। চিকিৎসকজনৰ পত্নীকো আক্ৰমণ কৰে দুৰ্বৃত্তই। আক্ৰমণৰ ঘটনাত জড়িত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী চিকিৎসকগৰাকীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি