ডবকাৰ জঘন্য ধৰ্ষণ কাণ্ড, জালত আৰু এটা লম্পট

ডবকাৰ জঘন্য বলাত্‍কাৰ কাণ্ডৰ আৰু এটা লম্পটক গ্ৰেপ্তাৰ। অসম–নাগালেণ্ড সীমান্তৰ ধনচিৰি চাইডিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আলিম উদ্দিন নামৰ লম্পটটোক।

news18assam
Updated:April 27, 2019, 8:52 AM IST
ডবকাৰ জঘন্য ধৰ্ষণ কাণ্ড, জালত আৰু এটা লম্পট
ডবকাৰ জঘন্য বলাত্‍কাৰ কাণ্ডৰ আৰু এটা লম্পটক গ্ৰেপ্তাৰ। অসম–নাগালেণ্ড সীমান্তৰ ধনচিৰি চাইডিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আলিম উদ্দিন নামৰ লম্পটটোক।
news18assam
Updated: April 27, 2019, 8:52 AM IST
ডবকাৰ জঘন্য বলাত্‍কাৰ কাণ্ডৰ আৰু এটা লম্পটক গ্ৰেপ্তাৰ। অসম–নাগালেণ্ড সীমান্তৰ ধনচিৰি চাইডিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আলিম উদ্দিন নামৰ লম্পটটোক। এইপৰ্যন্ত ৪ লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। বৰ্তমানেও পলাতক অৱস্থাত আনটো লম্পট আব্দুল মতিন। উল্লেখ্য যে এগৰাকী যুৱতীক জংঘললৈ টানি নি দলবদ্ধ বলাত্কাৰ কৰিছিল ৫ লম্পটে। ধৰ্ষণ কাণ্ডৰ দৃশ্য মোবাইলত আবদ্ধ কৰি ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত।
আৰু চাওক পৰৱৰ্তী বাতৰি