গুৱাহাটীত DJ ব্ৰাহ্মীণক আটক, পেট্ৰ’ল ঢালি গাড়ী জ্বলাই দিয়াৰ অভিযোগ

ঘৰৰ সন্মুখত আকবৰ আলী নামৰ এজনে গাড়ী ৰখাই থোৱাৰ পিছতে ফাটি পৰিছিল খঙত

News18-Assam
Updated:July 26, 2019, 12:55 PM IST
গুৱাহাটীত DJ ব্ৰাহ্মীণক আটক, পেট্ৰ’ল ঢালি গাড়ী জ্বলাই দিয়াৰ অভিযোগ
ঘৰৰ সন্মুখত আকবৰ আলী নামৰ এজনে গাড়ী ৰখাই থোৱাৰ পিছতে ফাটি পৰিছিল খঙত
News18-Assam
Updated: July 26, 2019, 12:55 PM IST
গুৱাহাটীত DJ ব্ৰাহ্মীণক আটক। এজন লোকৰ গাড়ী জ্বলাই দিয়াৰ অভিযোগত আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে। পেট্ৰ’ল ঢালি মালবাহী বাহনখন জ্বলাই দিয়াৰ অভিযোগ। DJ ব্ৰাহ্মীণে ভাৰাতীয়া হিচাপে থকা ঘৰৰ সন্মুখত ৰখা থোৱা আছিল গাড়ীখন।
আৰু চাওক পৰৱৰ্তী বাতৰি