Diwali 2021: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ঘোষণা। দিপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ। কামৰূপ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, বেংক বন্ধ থাকিব।

অৱশ্যে পৰীক্ষা আৰু জৰুৰীকালীন সেৱাত নিয়োজিতসকলে এই বন্ধৰ সুবিধা নাপাব। কামৰূপ জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে জানিবলৈ দিয়ে এই কথা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|