• Home
  • »
  • News
  • »
  • assam
  • »
  • Nalbari: জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিলে নিৰ্দেশনা- নলবাৰীত বন্ধ ঘোষণা শিক্ষানুষ্ঠান

Nalbari: জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিলে নিৰ্দেশনা- নলবাৰীত বন্ধ ঘোষণা শিক্ষানুষ্ঠান

অৱশ্যে পূৰ্ব নিধাৰিত সময়সূচী মতে পৰীক্ষা পাতিব পাৰিব শিক্ষানুষ্ঠানসমূহত।

অৱশ্যে পূৰ্ব নিধাৰিত সময়সূচী মতে পৰীক্ষা পাতিব পাৰিব শিক্ষানুষ্ঠানসমূহত।

অৱশ্যে পূৰ্ব নিধাৰিত সময়সূচী মতে পৰীক্ষা পাতিব পাৰিব শিক্ষানুষ্ঠানসমূহত।

  • Share this:
নলবাৰীত বন্ধ ঘোষণা শিক্ষানুষ্ঠান। জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা।

বৃহস্পতিবাৰে বন্ধ ঘোষণা চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই নলবাৰীতো (Nalbari) অহা দুদিনত ধাৰাসাৰ বৰষুণ হ'ব বুলি সতৰ্কবাণী জাৰি কৰাৰ পিছতেই দুৰ্যোগ প্ৰশমন বিভাগৰ এই ঘোষণা।

অৱশ্যে পূৰ্ব নিধাৰিত সময়সূচী মতে পৰীক্ষা পাতিব পাৰিব শিক্ষানুষ্ঠানসমূহত। উল্লেখ্য, দাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যত বান তথা কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাত দুৰ্যোগ প্ৰশমন বিভাগে এনে নিৰ্দেশনা জাৰি কৰিছে।
Published by:Gautam Barman
First published: