বাঁহৰ নহয়, প্ৰতিবাদকাৰীক ৰুধিবলৈ এতিয়া জনতা ভৱনৰ সন্মুখত থাকিব লোৰ বেৰিকেড

জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিলে লোৰ বেৰিকেডৰ সন্মুখীন হ’ব লাগিব প্ৰতিবাদকাৰী।

News18-Assam
Updated:August 11, 2019, 11:20 AM IST
বাঁহৰ নহয়, প্ৰতিবাদকাৰীক ৰুধিবলৈ এতিয়া জনতা ভৱনৰ সন্মুখত থাকিব লোৰ বেৰিকেড
জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিলে লোৰ বেৰিকেডৰ সন্মুখীন হ’ব লাগিব প্ৰতিবাদকাৰী।
News18-Assam
Updated: August 11, 2019, 11:20 AM IST
ভাস্কৰ জ্যোতি হাজৰিকা : জনতা ভৱনৰ সুৰক্ষাক লৈ সদায় চিন্তিত আৰক্ষী–প্ৰশাসন। বহু সময়ত দেখা যায়, একাংশ প্ৰতিবাদকাৰীয়ে বাঁহৰ বেৰিকেড ভাঙি প্ৰৱেশৰ চেষ্টা চলায় জনতা ভৱনত৷ বাঁহৰ হোৱাৰ বাবেই সহজেই প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ আশংকাই দেখা দি আহিছিল৷ সেয়ে শেহতীয়াকৈ মহানগৰ প্ৰশাসনে এই আশংকা দূৰ কৰিবৰ বাবে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ৷ এতিয়াৰে পৰা জনতা ভৱনৰ সন্মুখত বাঁহৰ বেৰিকেডৰ বিপৰীতে থাকিব লোৰ বেৰিকেড৷ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিলে লোৰ বেৰিকেডৰ সন্মুখীন হ’ব লাগিব প্ৰতিবাদকাৰী।
আৰু চাওক পৰৱৰ্তী বাতৰি