
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে আছুৰ সভাপতিগৰাকীয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে আছুৰ সভাপতিগৰাকীয়ে।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে দীপাংক নাথে। ব্যক্তিগত কাৰণতে পদত্যাগ কৰাৰ কথা উল্লেখ কৰে দীপাংক নাথে। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আছুৰ জৰুৰী কাৰ্যনিৰ্বাহকত আছুৰ পৰা পদত্যাগ কৰে নাথে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে আছুৰ সভাপতিগৰাকীয়ে। একান্ত ব্যক্তিগত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে দীপাংক নাথে।
কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ। দীপাংক নাথৰ পদত্যাগৰ পিছত এতিয়া উপ–সভাপতি উৎপল শৰ্মাই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|