ডিগবৈত ২০ সন্দেহযুক্ত নাগৰিকক আটক,তেজপুৰৰ পৰা অৰুণাচললৈ গৈ আছিল দলটো

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ দলটোক আটক কৰি গতাই দিয়ে আৰক্ষীক

News18-Assam
Updated:October 12, 2019, 11:00 AM IST
ডিগবৈত ২০ সন্দেহযুক্ত নাগৰিকক আটক,তেজপুৰৰ পৰা অৰুণাচললৈ গৈ আছিল দলটো
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ দলটোক আটক কৰি গতাই দিয়ে আৰক্ষীক
News18-Assam
Updated: October 12, 2019, 11:00 AM IST
ডিগবৈত ২০ গৰাকী সন্দেহযুক্ত নাগৰিকক আটক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ দলটোক আটক কৰি গতাই দিয়ে আৰক্ষীক। তেজপুৰৰ পৰা অৰুণাচললৈ গৈ থাকোতেই আটক কৰা হয় দলটোক। অৰুণাচলৰ খাৰচাঙত কাম বিচাৰি গৈছিল দলটো। দলটোত আছে ৯টা শিশু।
আৰু চাওক পৰৱৰ্তী বাতৰি