সোমবাৰৰ পেট্ৰ’ল–ডিজেলৰ দৰ

আজি ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰ’লৰ মূল্যৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই । আজি ডিজেলৰ ০৫ পইচা বৃদ্ধি পালে।

news18assam
Updated:April 29, 2019, 4:43 PM IST
সোমবাৰৰ পেট্ৰ’ল–ডিজেলৰ দৰ
পেট্ৰ’ল–ডিজেল দৰ
news18assam
Updated: April 29, 2019, 4:43 PM IST
আজি ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰ’লৰ মূল্যৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই । আজি ডিজেলৰ ০৫ পইচা বৃদ্ধি পালে । মহানগৰীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য ৭২.৬২ টকা আৰু ডিজেলৰ দৰ ৬৭.১১ টকা।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি