অসমৰ যুৱকে পুৰণি ম’বাইল ফোনেৰে নিৰ্মাণ কৰিলে কোহলীৰ ছবি, ছবি দেখি অভিভূত বিৰাট কোহলী

News18 Assam | News18-Assam
Updated:January 5, 2020, 3:02 PM IST
অসমৰ যুৱকে পুৰণি ম’বাইল ফোনেৰে নিৰ্মাণ কৰিলে কোহলীৰ ছবি, ছবি দেখি অভিভূত বিৰাট কোহলী
গুৱাহাটীত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি–২০ মেচ

গুৱাহাটীত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি–২০ মেচ

  • Share this:
গুৱাহাটীত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি–২০ মেচ। মেচখনৰ বাবে এতিয়া দেশৰ লগতে অসমৰ ক্ৰিকেট অনুৰাগী বহু অপেক্ষাৰে ৰৈ আছে। তাৰ মাজতে অসমৰ এজন যুৱকে পুৰণি ম’বাইল ফোনেৰে নিৰ্মাণ কৰিলে বিৰাট কোহলীৰ এখন ফটো।

যুৱকজনৰ নাম ৰাহুল পাৰিক। ঘৰ ধুুৰী জিলাত।যুৱকজনে গুৱাহাটীলৈ আহি বিৰাট কোহলীক লগ ধৰি উপহাৰ হিচাপে দিয়ে সেই বিশেষ ফটোখন। তিনিদিনৰ ভিতৰত ৰাহুলে নিৰ্মাণ কৰি উলিয়াইছিল কোহলীৰ বিশেষ ফটোখন।

পিছত বিৰাট কোহলীয়ে যুৱকজনৰ প্ৰতিভা দেখি অভিভূত হৈ পৰাৰ লগতে বিচিচিআইৰ ছচিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰে ভিডিঅ’।




 





View this post on Instagram




 

Portrait of @virat.kohli using old phones. How is that for fan love! 👏👏 #TeamIndia


A post shared by Team India (@indiancricketteam) on




আৰু চাওক
পৰৱৰ্তী বাতৰি