২৪ এপ্ৰিলত অসম আৰক্ষীৰ SI পৰীক্ষা দিবলৈ মঙলদৈ কমাৰ্ছ কলেজলৈ গৈছিল হিমাংশু। আৰু তাৰ পিছৰ পৰাই বন্ধ হিমাংশুৰ মোবাইল।
২৪ এপ্ৰিলত অসম আৰক্ষীৰ SI পৰীক্ষা দিবলৈ মঙলদৈ কমাৰ্ছ কলেজলৈ গৈছিল হিমাংশু। আৰু তাৰ পিছৰ পৰাই বন্ধ হিমাংশুৰ মোবাইল।
BTRৰ তিনি যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ। SI পৰীক্ষা দিবলৈ গৈ আলফাত যোগ দিলেগৈ নেকি হিমাংশু ভূঞাই? ২৪ এপ্ৰিলত অসম আৰক্ষীৰ SI পৰীক্ষা দিবলৈ মঙলদৈ কমাৰ্ছ কলেজলৈ গৈছিল হিমাংশু। আৰু তাৰ পিছৰ পৰাই মোবাইল বন্ধ হিমাংশুৰ মোবাইল।
পুত্ৰৰ একো খবৰ নাপাই কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ। বৰ্তমান হিমাংশুৰ পিতৃ চৌতিশ ভূঞাই পানেৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
হিমাংশুৰ ঘৰ ওদালগুৰি জিলাৰ পানেৰীত। কেৱল হিমাংশুৱেই নহয় বাক্সা মুছলপুৰৰ সৌৰভ ৰাজবংশী আৰু ওদালগুৰিৰ বাহমোল্লাৰ জাকাৰিয়া হুছেইনেও আলফাত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|