• Home
  • »
  • News
  • »
  • assam
  • »
  • আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভৱিষ্যতৰ দায়িত্ব বহন কৰিব ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই, প্ৰয়োজন হ’লে দিব চাকৰিও, ক’লে উপাচাৰ্য ড০ জিতেন হাজৰিকাই

আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভৱিষ্যতৰ দায়িত্ব বহন কৰিব ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই, প্ৰয়োজন হ’লে দিব চাকৰিও, ক’লে উপাচাৰ্য ড০ জিতেন হাজৰিকাই

উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে।

  • Share this:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ ভয়ংকৰ ৰেগিং ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰ কঠোৰ স্থিতি। ঘটনাৰ সৈতে জড়িত কোনো সাৰি নাযাব বুলি মন্তব্য। হোষ্টেলৰ তিনিওজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাক হুছেইনক অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে হাজৰিকাই।

উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে।

ড° জিতেন হাজৰিকাই উল্লেখ কৰে যে আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভবিষ্যতৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক চাকৰিও দিব বুলি উল্লেখ কৰে আৰু নিজেও ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি