• Home
  • »
  • News
  • »
  • assam
  • »
  • নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব আনন্দ শৰ্মাক, ডিব্ৰুগড়তে হ’ব অস্ত্ৰোপচাৰ

নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব আনন্দ শৰ্মাক, ডিব্ৰুগড়তে হ’ব অস্ত্ৰোপচাৰ

যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।

যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।

যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।

  • Share this:
নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত আহত ছাত্ৰ আনন্দ শৰ্মাক৷ চিকিৎসকৰ মতে, লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে৷ কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়তে হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷

ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি–বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে। যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি