
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন এই সুভ্ৰজিৎ বৰুৱা।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন এই সুভ্ৰজিৎ বৰুৱা।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত পলাতক সুভ্ৰজিৎ বৰুৱা আটক। গোপন সূত্ৰৰ পম খেদি মৰাণৰ সমীপৰ পৰা আটক কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক আটক কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন এই সুভ্ৰজিৎ বৰুৱা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|