
আৰম্ভ হৈছে এণ্টি ৰেগিং কমিটীৰ বৈঠক। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক।
আৰম্ভ হৈছে এণ্টি ৰেগিং কমিটীৰ বৈঠক। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে দিব্যজ্যোতি গগৈক।
ইফালে, আৰম্ভ হৈছে এণ্টি ৰেগিং কমিটীৰ বৈঠক। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক। বিশ্ববিদ্যালয়ৰ প্ৰশাসনসহ এণ্টি ৰেগিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত অংশগ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কেও। বৈঠকৰ সময়ত উপস্থিত হ’ব লাগিব GS উজ্জ্বল অংকুৰ বৰা। আন ১১ ছাত্ৰও উপস্থিত হ’ব লাগিব বৈঠকত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|