ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাঃ সম্পাদক পদত জয়ী শ্যাম সুন্দৰ ভূঞা

সাংস্কৃতিক সম্পাদক পদত কৃষ্ণামণি শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়।

News18-Assam
Updated:September 25, 2019, 3:50 PM IST
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাঃ সম্পাদক পদত জয়ী শ্যাম সুন্দৰ ভূঞা
সাংস্কৃতিক সম্পাদক পদত কৃষ্ণামণি শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়।
News18-Assam
Updated: September 25, 2019, 3:50 PM IST
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত শ্যাম সুন্দৰ ভূঞাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে৷ শ্যাম সুন্দৰ ভূঞা সাংবাদিকতা আৰু গণ সংযোগ কেন্দ্ৰৰ ছাত্ৰৰ লগতে বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰাবাসৰ আবাসী৷ লগতে সাংস্কৃতিক সম্পাদক পদত কৃষ্ণামণি শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। কৃষ্ণামণি শইকীয়া ভূগোল অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰী হোৱাৰ লগতে মামণি ৰয়ছম গোস্বামী ছাত্ৰী নিবাসৰ আবাসী।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি