• Home
  • »
  • News
  • »
  • assam
  • »
  • তাজিয়া তাণ্ডৱৰ পিছতে সলনি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক

তাজিয়া তাণ্ডৱৰ পিছতে সলনি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক

 সুহাষিণী শংকৰণৰ সলনি গৌতম বৰাক ডিব্ৰুগড়ত নিযুক্তি

সুহাষিণী শংকৰণৰ সলনি গৌতম বৰাক ডিব্ৰুগড়ত নিযুক্তি

সুহাষিণী শংকৰণৰ সলনি গৌতম বৰাক ডিব্ৰুগড়ত নিযুক্তি

  • Share this:
    তাজিয়া কাণ্ডৰ পাছত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে।
    আৰক্ষী অধীক্ষক সুভাষিণী শংকৰণক ডিব্ৰুগড়ৰ পৰা বদলি কৰা হৈছে।
    কাহিলীপাৰাৰ 10th APBnলৈ বদলি কৰা হৈছে সুভাষিণী শংকৰণক।
    সুভাষিণী শংকৰণৰ ঠাইত পূৰ্বৰ আৰক্ষী অধীক্ষক গৌতম বৰাক নিযুক্তি দিয়া হৈছে।
    10th APBnৰ অধিনায়ক আছিল গৌতম বৰা। উল্লেখযোগ্য যে মহৰমৰ দিনা একাংশ লোকে তাজিয়া প্ৰদৰ্শনৰ নামত ৰাজপথত ৰখাই থোৱা গাড়ী লণ্ড–ভণ্ড কৰাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। 
    First published: