তাজিয়া তাণ্ডৱক লৈ উত্তাল ডিব্ৰুগড়, ধৃত আজাদ খানক বিনা চৰ্তে মুকলি কৰাৰ দাবী

প্ৰতিবাদৰ নামত নিউ মাৰ্কেট লণ্ডভণ্ড প্ৰতিবাদকাৰীৰ।

News18-Assam
Updated:September 12, 2019, 12:49 PM IST
তাজিয়া তাণ্ডৱক লৈ উত্তাল ডিব্ৰুগড়, ধৃত আজাদ খানক বিনা চৰ্তে মুকলি কৰাৰ দাবী
প্ৰতিবাদৰ নামত নিউ মাৰ্কেট লণ্ডভণ্ড প্ৰতিবাদকাৰীৰ।
News18-Assam
Updated: September 12, 2019, 12:49 PM IST
তাজিয়া তাণ্ডৱক লৈ ক্ৰমাৎ উত্তাল হৈছে ডিব্ৰুগড় চহৰ। আৰক্ষীক আবদ্ধ কৰি থানা ঘেৰাও প্ৰতিবাদকাৰীৰ।ধৃত আজাদ খানক মোকলাই দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। তাজিয়া কাণ্ডৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল আজাদক। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফুলকন আৰু আজাদ খানক।

দুয়োকে মোকলাই দিয়াৰ দাবীত এতিয়া উত্তাল ডিব্ৰুগড়। বিভিন্ন শ্লোগানেৰে হুলস্থুলীয়া পৰিস্থিতি। পৰিস্থিতি ক্ৰমাৎ অৱনতি হোৱাৰ সম্ভাৱনা। নিউ মাৰ্কেট লণ্ডভণ্ড প্ৰতিবাদকাৰীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি