• Home
  • »
  • News
  • »
  • assam
  • »
  • Dibrugarh Double Murder : আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত

Dibrugarh Double Murder : আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত জেৰা চলাই আছে অভিযুক্ত ৰাজীৱক।

  • Share this:
আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত ৰাজিৱ শুক্ৰাং। আৰক্ষীয়ে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পলাতক ৰাজীৱ শুক্ৰাঙক। যোৱানিশা গ্ৰেপ্তাৰ কৰিছে ডাবল মাডাৰৰ মূল অভিযুক্ত ৰাজীৱ শুক্ৰাঙক। বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত জেৰা চলাই আছে অভিযুক্ত ৰাজীৱক।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: