উজনি অসমত মৃত্যু প্ৰথম জন কোৰোণাত আক্ৰান্ত ৰোগী

উজনি অসমত মৃত্যু প্ৰথম জন কোৰোণাত আক্ৰান্ত ৰোগী
উজনি অসমত মৃত্যু প্ৰথম জন কোৰোণাত আক্ৰান্ত ৰোগী
- News18 Assam
- Last Updated: June 14, 2020, 6:14 PM IST
লগে লগে সেনা জোৱান জনক যোৱা ১১জুনত দিনজাত চাউনিৰ সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে চিকিৎসালয়তে মৃত্যু হয় জোৱান জনৰ। মৃত জোৱান জনৰ স্বাৱ পৰীক্ষাত কোৰোণাৰ অবস্থিতি ধৰা পৰে। ইফালে দিনজান সেনা চাউনিত মৃত্যু হোৱা জোৱান জনৰ সৈতে মুঠ চাৰিগৰাকী জোৱানৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে।
অৱশ্যে ট্ৰেভেল হিষ্ট্ৰী থকাৰ বাবে জোৱান কেইজন দিনজান সেনা চাউনিৰ ভিতৰতে কোৱাৰেণ্টাইনত আছিল। জোৱানজনৰ নাম ৰাজু সুন্দৰ দেৱ বুলি জানিব পৰা গৈছে। ৩৯ বছৰীয়া জোৱানজন জলপাইগুৰিৰ পৰা যোৱা ৪ জুনত আহিছিল ৰে’লেৰে।