‘ককাৰ আশীৰ্বাদত লাভ কৰিলো এই সুফল, কিন্তু সুখৰ সমভাগী হ’বলৈ নাথাকিল তেওঁ’-ফলাফলৰ দিনাই ককাকলৈ মনত পেলাই আৱেগিক হৈ পৰিল দ্বিতীয় স্থান প্ৰাপ্ত অলংকৃতা

News18 Assam | News18-Assam
Updated:June 6, 2020, 12:48 PM IST
‘ককাৰ আশীৰ্বাদত লাভ কৰিলো এই সুফল, কিন্তু সুখৰ সমভাগী হ’বলৈ নাথাকিল তেওঁ’-ফলাফলৰ দিনাই ককাকলৈ মনত পেলাই আৱেগিক হৈ পৰিল দ্বিতীয় স্থান প্ৰাপ্ত অলংকৃতা
অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

  • Share this:
‘ককাৰ আশীৰ্বাদতে আজি লাভ কৰিলো এই সুফল, কিন্তু সুখৰ সমভাগী হ’বলৈ নাথাকিল তেওঁ।’ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ পাঁচ দিনৰ আগত মৃত্যু হ’ল ককাকৰ। এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰা ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা ফলাফলৰ দিনাই ককাকলৈ মনত পেলাই হৈ পৰিল আবেগিক।

অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতলৈ এজন সু চিকিৎসক হৈ সমাজ সেৱা কৰাৰ সপোন অলংকিতাৰ।আৰু সেই লক্ষ্য আগত ৰাখি চল্টব্ৰুক একাডেমীৰ বিজ্ঞান শাষাত শিক্ষা জীৱনৰ আগবঢ়াই নিব মেধাৱী ছাত্ৰীগৰাকীয়ে।
First published: June 6, 2020, 11:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading