‘ককাৰ আশীৰ্বাদত লাভ কৰিলো এই সুফল, কিন্তু সুখৰ সমভাগী হ’বলৈ নাথাকিল তেওঁ’-ফলাফলৰ দিনাই ককাকলৈ মনত পেলাই আৱেগিক হৈ পৰিল দ্বিতীয় স্থান প্ৰাপ্ত অলংকৃতা

অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
- News18 Assam
- Last Updated: June 6, 2020, 12:48 PM IST
অলংকৃতা গৌতম বৰুৱাই ডিব্ৰুগড়ৰ চল্টব্ৰুকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতলৈ এজন সু চিকিৎসক হৈ সমাজ সেৱা কৰাৰ সপোন অলংকিতাৰ।আৰু সেই লক্ষ্য আগত ৰাখি চল্টব্ৰুক একাডেমীৰ বিজ্ঞান শাষাত শিক্ষা জীৱনৰ আগবঢ়াই নিব মেধাৱী ছাত্ৰীগৰাকীয়ে।