• Home
  • »
  • News
  • »
  • assam
  • »
  • Aarti Turi Murder Case : ধূলাৰ আৰতী তুৰী হত্যাকাণ্ডঃ তিনি চিকিৎসকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Aarti Turi Murder Case : ধূলাৰ আৰতী তুৰী হত্যাকাণ্ডঃ তিনি চিকিৎসকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

৭ নৱেম্বৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক তিনিজনক৷

৭ নৱেম্বৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক তিনিজনক৷

৭ নৱেম্বৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক তিনিজনক৷

  • Share this:

ধৰ্ষণ–হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়া ষড়যন্ত্ৰৰ অংশীদাৰ হৈ সম্প্ৰতি আৰক্ষীৰ জালত পৰা মঙলদৈৰ তিনি চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈক আজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়।


৭ নৱেম্বৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক তিনিজনক৷ দুদিন চি আই ডিয়ে চিকিৎসক তিনিজনক জিম্মাত লোৱাৰ পিছত বুধবাৰে পুনৰ জিলা ও সত্ৰ ন্যায়াধীশ দৰং মঙলদৈৰ আদালতত হাজিৰ কৰোৱাই তেওঁলোকক তিনিওগৰাকী চিকিৎসকক ১৪ দিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি