টেট শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ঘটনাই লৈছে নতুন মোৰ

এগৰাকী বিবাহিত ব্যক্তিয়ে শিক্ষয়িত্ৰী গৰাকীৰ অশ্লীল ফটো আপলোড কৰিছিল ছোচিয়েল মিডিয়াত।

news18assam
Updated:June 1, 2019, 11:33 AM IST
টেট শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ঘটনাই লৈছে নতুন মোৰ
এগৰাকী বিবাহিত ব্যক্তিয়ে শিক্ষয়িত্ৰী গৰাকীৰ অশ্লীল ফটো আপলোড কৰিছিল ছোচিয়েল মিডিয়াত।
news18assam
Updated: June 1, 2019, 11:33 AM IST
কেইদিনমান পূৰ্বে ধুবুৰীৰ বিলাসীপাৰাৰ এগৰাকী টেট শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। এতিয়া সেই আত্মহত্য়াৰ ঘটনাই লৈছে নতুন মোৰ। ঘটনা সন্দৰ্ভত সাহ আলম আহমেদ নামৰ এগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া পোহৰলৈ আহিছে নতুন নতুন তথ্য। আত্মহত্যা কৰা শিক্ষয়িত্ৰী মমতা কুমাৰীৰ আপত্তিজনক ফটো আপলোড কৰিছিল সাহ আলম আহমেদ নামৰ লোক জনে।



তিনি দিন পূৰ্বে সাহ আলম আহমেদ নামৰ বিবাহিত ব্যক্তি জনে  শিক্ষয়িত্ৰী গৰাকীৰ অশ্লীল ফটো আপলোড কৰিছিল ছোচিয়েল মিডিয়াত।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সাহ আলম নামৰ ব্যক্তি জনক IPC 306 ধাৰাত 86/19 নং গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। শিক্ষয়িত্ৰী গৰাকীৰ মৰোনত্তৰ পৰীক্ষাৰ বাবে এতিয়া তিনিচুকীয়াৰ পৰা ধুবুৰীত আহি উপস্থিত হৈছে পৰিয়ালৰ লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি