মুখ্যপৃষ্ঠা »খবৰ »অসম »আৰক্ষীৰ চোৰাংচোৱা বুলি চলাই আহিছিল সন্ত্ৰাস! ধুবুৰীত ৱেব পৰ্টেলৰ সাংবাদিকক আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ চোৰাংচোৱা বুলি চলাই আহিছিল সন্ত্ৰাস! ধুবুৰীত ৱেব পৰ্টেলৰ সাংবাদিকক আৰক্ষীৰ এনকাউণ্টাৰ

প্ৰাক্তন আলফাক গুলিয়াইছিল সাংবাদিকে।

প্ৰাক্তন আলফাক গুলিয়াইছিল সাংবাদিকে।

প্ৰাক্তন আলফাক গুলিয়াইছিল সাংবাদিকে।

  • Share this:

    •  ধুবুৰীত ৱেব পৰ্টেলৰ সাংবাদিকক আৰক্ষীৰ এনকাউণ্টাৰ। গুণ্ডাৰূপী ৱেব পৰ্টেলৰ সাংবাদিক বাহাৰুল ইছলামক এনকাউণ্টাৰ ধুবুৰী আৰক্ষীৰ।

    • আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই ভৰিত গুলীয়াই বাহাৰুলক।

    • মঙলবাৰে নিশা ধুবুৰীৰ খেৰবাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ গুলীচালনাৰ ঘটনা।

    • বুধবাৰে ঘটনাৰে জড়িত ৱেব পৰ্টেলৰ সাংবাদিক বাহাৰুল ইছলাম আৰু আছকাৰ আলীক গ্ৰেপ্তাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে।

    • ৱেব পৰ্টেলৰ সাংবাদিক বাহাৰুল ইছলামৰ লগতে এটি দুৰ্বৃত্তৰ দলে বৃহৎ ধনৰ বাবে গুলীয়াই আহত কৰিছিল এগৰাকী প্ৰাক্তন আলফা সদস্যক।

    • প্ৰাক্তন আলফা সদস্য সুভাষ বৰ্মনৰ হাতত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল।

    • দীৰ্ঘদিন ধৰি ৱেব পৰ্টেলৰ সাংবাদিকগৰাকীয়ে গোলকগঞ্জ অঞ্চলত আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয়েৰে চলাইছিল সন্ত্ৰাস।

    • সম্প্ৰতি বাহাৰুল বৰ্তমানে গুলিবিদ্ধ হৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

    শেহতীয়া বাতৰি