ধুবুৰীৰ উদিয়মান সাংবাদিক ছাইফুল ইছলামৰ অকাল বিয়োগ

News18-Assam
Updated:July 28, 2019, 9:58 AM IST
ধুবুৰীৰ উদিয়মান সাংবাদিক ছাইফুল ইছলামৰ অকাল বিয়োগ
Assam Talks ৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ছাইফুল।

Assam Talks ৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ছাইফুল।

  • Share this:
ধুবুৰীৰ উদিয়মান সাংবাদিক ছাইফুল ইছলামৰ অকাল বিয়োগ । Assam Talks ৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ছাইফুল। কিছুদিন পূৰ্বে পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰ মানিলে ছাইফুল ইছলামে।সাংবাদিক জনৰ অকাল মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।
First published: July 28, 2019, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি