News18 AssamNews18 Assam
|
News18-Assam Updated:June 3, 2020, 9:12 AM IST
বিভিন্ন দল–সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকলে উষ্ম আদৰণি জনায় উপায়ুক্ত অনন্ত লাল জ্ঞানীক।
বিভিন্ন দল–সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকলে উষ্ম আদৰণি জনায় উপায়ুক্ত অনন্ত লাল জ্ঞানীক।
ফেম ইণ্ডিয়া এছিয়া পোষ্ট ছাৰ্ভেত ভাৰতৰ ৫০ গৰাকী Best performing উপায়ুক্তৰ নাম ঘোষণা। অসমৰ একমাত্ৰ ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হৈছে। জিলাখনৰ বিভিন্ন দল–সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকলে উষ্ম আদৰণি জনায় উপায়ুক্ত অনন্ত লাল জ্ঞানীক। উল্লেখযোগ্য যে ২০১৭ চনৰ নৱেম্বৰৰ পৰা ধুুবুৰীৰ উপায়ুক্তৰ দায়িত্ব পালন কৰা জ্ঞানীয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উৎকৃষ্ট সেৱা আগবঢ়াই আহিছে।
Published by:
Sanjay Kumar Das
First published:
June 3, 2020, 9:09 AM IST