মুখ্যপৃষ্ঠা »খবৰ »অসম »Dhubri Accident: গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Dhubri Accident: গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা!

গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Dhubri : ধুবুৰীৰ জি টি বি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত মহিলাসহ আহত ৬ জনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

  • Share this:

গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ধুবুৰীৰ জি টি বি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত মহিলাসহ ৬ জন আহত হয়।


খবৰ অনুসৰি, ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখী AS 17 J 5224 নম্বৰৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা দুখনকৈ মটৰ চাইকেল আৰু এখন ট্ৰাকত খুন্দিয়ায়। গুৰুতৰভাবে আহতসকলক গাড়ীৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোকসকলে।


জানিব পৰা মতে, আটাইকেইজনৰ অৱস্থা সংকটজনক আৰু আহতসকলক ধুবুৰী DMCH ত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়া বাতৰি