ধেমাজিত শোকাৱহ পথ দুৰ্ঘটনা, ১০৮ মৃত্যুঞ্জয় বাহন আৰু i20 বাহনৰ মুখামুখী সংঘৰ্ষ

গুৰুতৰভাৱে আহত ১০৮ বাহন খনত থকা ৰোগী, আত্মীয়

News18-Assam
Updated:October 26, 2019, 10:00 AM IST
ধেমাজিত শোকাৱহ পথ দুৰ্ঘটনা, ১০৮ মৃত্যুঞ্জয় বাহন আৰু i20 বাহনৰ মুখামুখী সংঘৰ্ষ
গুৰুতৰভাৱে আহত ১০৮ বাহন খনত থকা ৰোগী, আত্মীয়
News18-Assam
Updated: October 26, 2019, 10:00 AM IST
ধেমাজিৰ চমৰাজানত সংঘটিত হছৈ শোকাৱহ পথ দুৰ্ঘটনা। ১০৮ মৃত্যুঞ্জয় বাহন–i20 বাহনৰ মুখামুখী সংঘৰ্ষ। গুৰুতৰভাৱে আহত 108ত থকা ৰোগী, আত্মীয়। i20 বাহনৰ ২আৰোহী সামান্যভাৱে আঘাতপ্ৰাপ্ত। গোগামুখৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ১০৮ বাহনখন। ডিব্ৰুগড়ৰ পৰা লখিমপুৰ অভিমুখী আছিল i20 বাহনখন।
আৰু চাওক পৰৱৰ্তী বাতৰি