ধেমাজি বিস্ফোৰণ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা, কোনে পালে কি শাস্তি?

আজি সুদীৰ্ঘ ১৫ বছৰৰ মূৰত ধেমাজি কাণ্ডৰ ৰায় দিয়ে আদালতে। মুঠ ৬জনক দোষী সাব্যস্ত কৰাৰ লগতে ৮জনক দোষমুক্ত ঘোষণা কৰে আদালতে।

News18-Assam
Updated:July 4, 2019, 2:30 PM IST
ধেমাজি বিস্ফোৰণ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা, কোনে পালে কি শাস্তি?
আজি সুদীৰ্ঘ ১৫ বছৰৰ মূৰত ধেমাজি কাণ্ডৰ ৰায় দিয়ে আদালতে। মুঠ ৬জনক দোষী সাব্যস্ত কৰাৰ লগতে ৮জনক দোষমুক্ত ঘোষণা কৰে আদালতে।
News18-Assam
Updated: July 4, 2019, 2:30 PM IST
ধেমাজি বিস্ফোৰণ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা কৰিলে আদালতে। চাৰি দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দুজনক ৪ বছৰৰ কাৰাদণ্ড বিহিলে ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে। মুহী সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলি গোহাঁই আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰদণ্ড।

আজি সুদীৰ্ঘ ১৫ বছৰৰ মূৰত ধেমাজি কাণ্ডৰ ৰায় দিয়ে আদালতে। মুঠ ৬জনক দোষী সাব্যস্ত কৰাৰ লগতে ৮জনক দোষমুক্ত ঘোষণা কৰে আদালতে।
আৰু চাওক পৰৱৰ্তী বাতৰি