মুখ্যপৃষ্ঠা »খবৰ »অসম »মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান...

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান...

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আগবঢ়ালে পঞ্চাশ হাজাৰ টকা। প্ৰয়াত লক্ষ্মীনন্দন বৰাৰ মৃত্যুত নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰে।

  • Share this:
কালৰূপী ক'ৰোনাক ৰুধিবলৈ চৰকাৰলৈ সহায়ৰ হাত যোৰহাটৰ ঐতিহাসিক  ঢেকীয়াখোৱা বৰনামঘৰৰ।এই জটিল ক্ষণত ক'ভিড আক্ৰান্তসকলক সেৱা  আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ আংশিক সহায় হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ অনুদান।

ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই জৰুৰীকালীন সেয়াত নিয়োজিত হৈ থকা প্ৰতিজন লোকলৈ, ক'ভিড আক্ৰান্তসকললৈ নামঘৰৰ অক্ষয় বন্তিৰ পৰা প্ৰাৰ্থনা কৰে।

ইপিনে বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই।২০১৪ চনত ঢেকীয়াখোৱা বৰনামঘৰে প্ৰৱৰ্তন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বটা আগবঢ়াইছিল প্ৰয়াত সাহিত্যিকগৰাকীলৈ। তেখেতৰ বিয়োগত আজি নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰে।

শেহতীয়া বাতৰি