
আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰে হজৰত আলী নামৰ লোকজনে কিশোৰীগৰাকী শুই থকা অৱস্থাতে অসৎ কাৰ্য চৰিতাৰ্থ কৰিব বিচাৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰে হজৰত আলী নামৰ লোকজনে কিশোৰীগৰাকী শুই থকা অৱস্থাতে অসৎ কাৰ্য চৰিতাৰ্থ কৰিব বিচাৰিছিল।
ঢেকিয়াজুলিৰ ১৪বছৰীয়া কিশোৰী হত্যাকাণ্ড ৰহস্য উদঘাটন৷ কিশোৰী গৰাকীক হজৰত আলী নামৰ লোকজনে প্ৰথমে ধৰ্ষণ কৰাৰ অপচেষ্টা কৰিছিল৷ ধৰ্ষণৰ অপচেষ্টাত বিফল হোৱাত কিশোৰী গৰাকীক ডিঙি চেপি হত্যা কৰিছিল৷ অভিযুক্ত হজৰত আলীয়ে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে এই কথা৷ কিশোৰী হত্যাকাণ্ড সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰত সৱিশেষ প্ৰকাশ কৰিলে।
আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰে হজৰত আলী নামৰ লোকজনে কিশোৰীগৰাকী শুই থকা অৱস্থাতে অসৎ কাৰ্য চৰিতাৰ্থ কৰিব বিচাৰিছিল। সেই সময়তে কিশোৰীগৰাকী সাৰ পোৱাত আনে গম পোৱাৰ ভয়ত হজৰতে কিশোৰীগৰাকীক ডিঙি চেপি হত্যা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|