ঢেকিয়াজুলিত গুলীচালনাৰ ঘটনা, আৰক্ষীৰ তদন্ত আৰম্ভ

News18-Assam
Updated:November 16, 2019, 11:12 AM IST
ঢেকিয়াজুলিত গুলীচালনাৰ ঘটনা, আৰক্ষীৰ তদন্ত আৰম্ভ
প্ৰতীকী ফটো,Source- Google

ভূমি বিবাদৰ বাবে ঘটনা সংঘটিতৰ হোৱাৰ সন্দেহ

  • News18 Assam
  • Last Updated: November 16, 2019, 11:12 AM IST
  • Share this:
শনিবাৰে পুৱাই  ঢেকিয়াজুলিত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ধীৰেণ ভূয়ঁ নামৰ লোকজনলৈ লক্ষ্য কৰি গুলীচালনা। বাইকত অহা ২ দুৰ্বৃত্তৰ ৪ জাঁই গুলীচালনা।
কথমপি প্ৰাণ ৰক্ষা ধীৰেণ ভূয়ঁৰ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ ৪টা খালী কাৰ্টিজ।  ভূমি বিবাদৰ বাবে ঘটনা সংঘটিত হোৱাৰ সন্দেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি