
ইফালে, এডিচিপি পল্লৱ তামুলীয়ে কয়, ‘‘সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে। কোনো তথ্যই দিব নোৱাৰিলে। সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। সমাজত অস্থিৰতা অনাৰ চেষ্টা চলাইছিল।’’
ইফালে, এডিচিপি পল্লৱ তামুলীয়ে কয়, ‘‘সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে। কোনো তথ্যই দিব নোৱাৰিলে। সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। সমাজত অস্থিৰতা অনাৰ চেষ্টা চলাইছিল।’’
ভিক্টৰ দাস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। ডিজিপিগৰাকীয়ে কয়, ‘‘সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে। সঠিক তথ্য দিব পৰা নাই ভিক্টৰে৷’’
ইফালে, এডিচিপি পল্লৱ তামুলীয়ে কয়, ‘‘সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে। কোনো তথ্যই দিব নোৱাৰিলে। সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। সমাজত অস্থিৰতা অনাৰ চেষ্টা চলাইছিল। আমাৰ তদন্তত সহযোগ কৰা নাছিল। Criminal conspiracyৰ চেষ্টা চলাইছিল। সমাজক অস্থিৰ কৰাৰ লক্ষ্য আছিল ভিক্টৰৰ। অম্লান বোলা ছাত্ৰজনেও কোনো তথ্য দিব পৰা নাই।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|